"Health Connect" "স্বাস্থ্য সম্পৰ্কীয় ডেটালৈ এপৰ এক্সেছ পৰিচালনা কৰক" "অনুমতি আৰু ডেটা" "আপোনাৰ ফ’নত স্বাস্থ্য আৰু ফিটনেছ সম্পৰ্কীয় ডেটা পৰিচালনা কৰক আৰু সেয়া কোনবোৰ এপে এক্সেছ কৰিব পাৰে সেয়া নিয়ন্ত্ৰণ কৰক" "ডেটা আৰু এক্সেছ" "আটাইবোৰ শিতান" "আটাইবোৰ শিতান চাওক" "কোনো ডেটা নাই" "এপৰ অনুমতি" "আপোনাৰ এপ্‌ আৰু অনুমতিসমূহ পৰিচালনা কৰক" "%2$s টা এপৰ %1$s টাই এক্সেছ কৰিব পাৰে" "%1$s টা এপে এক্সেছ কৰিব পাৰে" "%1$s টা এপে এক্সেছ কৰিব পাৰে" "নাই" "প্ৰৱিষ্টিৰ সবিশেষ" "শেহতীয়া এক্সেছ" "শেহতীয়াকৈ কোনো এপে Health Connect এক্সেছ কৰা নাই" "আটাইবোৰ শেহতীয়া এক্সেছ চাওক" "যোৱা ২৪ ঘণ্টাত কোনটো এপে আপোনাৰ ডেটা এক্সেছ কৰিছে সেয়া চাওক" "আজি" "কালি" "পঢ়ক: %s" "লিখক: %s" ", " "অনুমতি পৰিচালনা কৰক" "কাৰ্যকলাপ" "কাৰ্যকলাপ" "শৰীৰৰ জোখ-মাখ" "শৰীৰৰ জোখ-মাখ" "টোপনি" "টোপনি" "গুৰুত্বপূৰ্ণ" "গুৰুত্বপূৰ্ণ" "ঋতুচক্ৰ ট্ৰেক কৰা" "ঋতুচক্ৰ ট্ৰেক কৰা" "পৰিপুষ্টিৰ ডেটা" "পৰিপুষ্টিৰ ডেটা" "ডেটা ব্ৰাউজ কৰক" "ডেটা পৰিচালনা কৰক" "ডেটা ৰপ্তানি কৰক" "আটাইবোৰ ডেটা মচক" "আপোনাৰ Health Connectত একো ডেটা নাই" "আপোনাৰ ডেটা" "এপৰ অগ্ৰাধিকাৰ" "%sৰ ডেটা মচক" "আটাইবোৰ এপ্‌" "%s পঢ়িব পাৰে" "%s লিখিব পাৰে" "নিষ্ক্ৰিয় এপ্‌সমূহ" "এই এপ্‌সমূহে আৰু %s লিখিব নোৱাৰে, কিন্তু তথাপি Health Connectত ডেটা ষ্ট’ৰ কৰি ৰাখিছে" "এপ্‌সমূহে %1$s আৰু পঢ়িব অথবা লিখিব নোৱাৰিব আৰু Health Connectত কোনো %2$s ডেটা ষ্ট’ৰ কৰি ৰখা হোৱা নাই" "এই ডেটাত সক্ৰিয় হৈ থকাৰ সময়, ব্যায়ামৰ ধৰণ, দৌৰি ঘূৰি অহা পাকৰ সংখ্যা, পুনৰাবৃত্তি, ছেশ্বন অথবা ছুইমিং ষ্ট্ৰোক অন্তৰ্ভুক্ত" "এই ডেটাত শোৱাৰ স্তৰ আৰু শোৱাৰ ছেশ্বনৰ দৰে তথ্য অন্তৰ্ভুক্ত" "আটাইবোৰ প্ৰবিষ্টি চাওক" "এই ডেটাখিনি মচক" "Health Connect" "আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় ডেটাৰ এক্সেছ" "কেল’ৰি খৰচৰ ডেটা পঢ়ক" "এপ্‌টোক কেল’ৰি খৰচৰ পৰিমাণ পঢ়িবলৈ দিয়ে" "খৰচ হোৱা সক্ৰিয় কেল’ৰি" "খৰচ হোৱা সক্ৰিয় কেল’ৰি" "খৰচ হোৱা সক্ৰিয় কেল’ৰিৰ ডেটা পঢ়ক" "খৰচ হোৱা সক্ৰিয় কেল’ৰিৰ ডেটা লিখক" "ব্যায়াম" "ব্যায়াম" "ব্যায়াম সম্পৰ্কীয় ডেটা পঢ়ক" "ব্যায়াম সম্পৰ্কীয় ডেটা লিখক" "ব্যায়াম কৰাৰ পথ" "ব্যায়াম কৰাৰ পথ" "ব্যায়াম কৰাৰ পথটো লিখক" "ব্যায়াম কৰাৰ পদ্ধতি পঢ়ক" "দূৰত্ব" "দূৰত্ব" "দূৰত্বৰ ডেটা পঢ়ক" "দূৰত্বৰ ডেটা লিখক" "অতিক্ৰম কৰা উচ্চতাৰ ডেটা" "অতিক্ৰম কৰা উচ্চতাৰ ডেটা" "অতিক্ৰম কৰা উচ্চতাৰ ডেটা পঢ়ক" "অতিক্ৰম কৰা উচ্চতাৰ ডেটা লিখক" "কেই মহলা উঠিছে তাৰ ডেটা" "কেই মহলা উঠিছে তাৰ ডেটা" "কেই মহলা উঠিছে তাৰ ডেটা পঢ়ক" "কেই মহলা উঠিছে তাৰ ডেটা লিখক" "পাৱাৰ" "পাৱাৰ" "পাৱাৰৰ ডেটা পঢ়ক" "পাৱাৰৰ ডেটা লিখক" "গতিবেগ" "গতিবেগ" "গতিবেগৰ ডেটা পঢ়ক" "গতিবেগৰ ডেটা লিখক" "খোজ" "খোজ" "খোজ কঢ়াৰ ডেটা পঢ়ক" "খোজ কঢ়াৰ ডেটা লিখক" "খৰচ হোৱা মুঠ কেল’ৰিৰ ডেটা" "খৰচ হোৱা মুঠ কেল’ৰিৰ ডেটা" "খৰচ হোৱা মুঠ কেল’ৰিৰ ডেটা পঢ়ক" "খৰচ হোৱা মুঠ কেল’ৰিৰ ডেটা লিখক" "VO2 মেক্সৰ ডেটা" "VO2 মেক্সৰ ডেটা" "VO2 মেক্সৰ ডেটা পঢ়ক" "VO2 মেক্সৰ ডেটা লিখক" "হুইলচ্চেয়াৰ চলোৱাৰ ডেটা" "হুইলচ্চেয়াৰ চলোৱাৰ ডেটা" "হুইলচ্চেয়াৰ চলোৱাৰ ডেটা পঢ়ক" "হুইলচ্চেয়াৰ চলোৱাৰ ডেটা লিখক" "বুনিয়াদী বিপাকীয় হাৰৰ ডেটা" "বুনিয়াদী বিপাকীয় হাৰৰ ডেটা" "বুনিয়াদী বিপাকীয় হাৰৰ ডেটা পঢ়ক" "বুনিয়াদী বিপাকীয় হাৰৰ ডেটা লিখক" "শৰীৰৰ চৰ্বীৰ ডেটা" "শৰীৰৰ চৰ্বীৰ ডেটা" "শৰীৰৰ চৰ্বীৰ ডেটা পঢ়ক" "শৰীৰৰ চৰ্বীৰ ডেটা লিখক" "শৰীৰৰ পানীৰ ভৰৰ ডেটা" "শৰীৰৰ পানীৰ ভৰৰ ডেটা" "শৰীৰৰ পানীৰ ভৰৰ ডেটা পঢ়ক" "শৰীৰৰ পানীৰ ভৰৰ ডেটা লিখক" "হাড়ৰ ভৰৰ ডেটা" "হাড়ৰ ভৰৰ ডেটা" "হাড়ৰ ভৰৰ ডেটা পঢ়ক" "হাড়ৰ ভৰৰ ডেটা লিখক" "উচ্চতা" "উচ্চতা" "উচ্চতাৰ ডেটা পঢ়ক" "উচ্চতাৰ ডেটা লিখক" "নিতম্বৰ পৰিধিৰ ডেটা" "নিতম্বৰ পৰিধিৰ ডেটা" "নিতম্বৰ পৰিধিৰ ডেটা পঢ়ক" "নিতম্বৰ পৰিধিৰ ডেটা লিখক" "ক্ষীণ শৰীৰৰ ভৰৰ ডেটা" "ক্ষীণ শৰীৰৰ ভৰৰ ডেটা" "ক্ষীণ শৰীৰৰ ভৰৰ ডেটা পঢ়ক" "ক্ষীণ শৰীৰৰ ভৰৰ ডেটা লিখক" "কঁকালৰ পৰিধিৰ ডেটা" "কঁকালৰ পৰিধিৰ ডেটা" "কঁকালৰ পৰিধিৰ ডেটা পঢ়ক" "কঁকালৰ পৰিধিৰ ডেটা লিখক" "ওজন" "ওজন" "ওজনৰ ডেটা পঢ়ক" "ওজনৰ ডেটা লিখক" "ডিঙিৰ শ্লেষ্মাৰ ডেটা" "ডিঙিৰ শ্লেষ্মাৰ ডেটা" "ডিঙিৰ শ্লেষ্মাৰ ডেটা পঢ়ক" "ডিঙিৰ শ্লেষ্মাৰ ডেটা লিখক" "ঋতুচক্ৰৰ সময়ত হোৱা ৰক্তক্ষৰণ" "ঋতুচক্ৰৰ সময়ত হোৱা ৰক্তক্ষৰণ" "ঋতুচক্ৰৰ সময়ত হোৱা ৰক্তক্ষৰণৰ ডেটা পঢ়ক" "ঋতুচক্ৰৰ সময়ত হোৱা ৰক্তক্ষৰণৰ ডেটা লিখক" "ঋতুস্ৰাৱৰ ডেটা" "ঋতুস্ৰাৱৰ ডেটা" "ঋতুস্ৰাৱৰ ডেটা পঢ়ক" "ঋতুস্ৰাৱৰ ডেটা লিখক" "ডিম্বস্ফোটন পৰীক্ষাৰ ডেটা" "ডিম্বস্ফোটন পৰীক্ষাৰ ডেটা" "ডিম্বস্ফোটন পৰীক্ষাৰ ডেটা পঢ়ক" "ডিম্বস্ফোটন পৰীক্ষাৰ ডেটা লিখক" "যৌন কাৰ্যকলাপ" "যৌন কাৰ্যকলাপ" "যৌন কাৰ্যকলাপৰ ডেটা পঢ়ক" "যৌন কাৰ্যকলাপৰ ডেটা লিখক" "ৰক্তস্ৰাৱ" "ৰক্তস্ৰাৱ" "ৰক্তস্ৰাৱৰ ডেটা পঢ়ক" "ৰক্তস্ৰাৱৰ ডেটা লিখক" "জলযোজনৰ ডেটা" "জলযোজনৰ ডেটা" "জলযোজনৰ ডেটা পঢ়ক" "জলযোজনৰ ডেটা লিখক" "পৰিপুষ্টিৰ ডেটা" "পৰিপুষ্টিৰ ডেটা" "পৰিপুষ্টিৰ ডেটা পঢ়ক" "পৰিপুষ্টিৰ ডেটা লিখক" "টোপনি" "টোপনি" "টোপনি সম্পৰ্কীয় ডেটা পঢ়ক" "টোপনি সম্পৰ্কীয় ডেটা লিখক" "শৰীৰৰ বুনিয়াদী উষ্ণতাৰ ডেটা" "শৰীৰৰ বুনিয়াদী উষ্ণতাৰ ডেটা" "শৰীৰৰ বুনিয়াদী উষ্ণতাৰ ডেটা পঢ়ক" "শৰীৰৰ বুনিয়াদী উষ্ণতাৰ ডেটা লিখক" "ৰক্ত শৰ্কৰাৰ ডেটা" "ৰক্ত শৰ্কৰাৰ ডেটা" "ৰক্ত শৰ্কৰাৰ ডেটা পঢ়ক" "ৰক্ত শৰ্কৰাৰ ডেটা লিখক" "ৰক্তচাপ" "ৰক্তচাপ" "ৰক্তচাপৰ ডেটা পঢ়ক" "ৰক্তচাপৰ ডেটা লিখক" "শৰীৰৰ উষ্ণতাৰ ডেটা" "শৰীৰৰ উষ্ণতাৰ ডেটা" "শৰীৰৰ উষ্ণতাৰ ডেটা পঢ়ক" "শৰীৰৰ উষ্ণতাৰ ডেটা লিখক" "হৃদস্পন্দনৰ হাৰ" "হৃদস্পন্দনৰ হাৰ" "হৃদস্পন্দনৰ হাৰৰ ডেটা পঢ়ক" "হৃদস্পন্দনৰ হাৰৰ ডেটা লিখক" "হৃদস্পন্দনৰ হাৰৰ ভিন্নতাৰ ডেটা" "হৃদস্পন্দনৰ হাৰৰ ভিন্নতাৰ ডেটা" "হৃদস্পন্দনৰ হাৰৰ ভিন্নতাৰ ডেটা পঢ়ক" "হৃদস্পন্দনৰ হাৰৰ ভিন্নতাৰ ডেটা লিখক" "অক্সিজেন সংপৃক্তি" "অক্সিজেন সংপৃক্তি" "অক্সিজেন সংপৃক্তিৰ ডেটা পঢ়ক" "অক্সিজেন সংপৃক্তিৰ ডেটা লিখক" "শ্বাস-প্ৰশ্বাসৰ হাৰ" "শ্বাস-প্ৰশ্বাসৰ হাৰ" "শ্বাস-প্ৰশ্বাসৰ হাৰৰ ডেটা পঢ়ক" "শ্বাস-প্ৰশ্বাসৰ হাৰৰ ডেটা লিখক" "বিশ্ৰামৰ সময়ত হৃদস্পন্দনৰ হাৰ" "বিশ্ৰামৰ সময়ত হৃদস্পন্দনৰ হাৰ" "বিশ্ৰামৰ সময়ত হৃদস্পন্দনৰ হাৰৰ ডেটা পঢ়ক" "বিশ্ৰামৰ সময়ত হৃদস্পন্দনৰ হাৰৰ ডেটা লিখক" "“%1$s”ক পঢ়িবলৈ দিয়ক" "“%1$s”ক লিখিবলৈ দিয়ক" "বাতিল কৰক" "অনুমতি দিয়ক" "আটাইবোৰকে অনুমতি দিয়ক" "অনুমতি নিদিব" "আপুনি এই এপ্‌টোৱে Health Connectত থকা কি ডেটা পঢ়া অথবা তাত কি ডেটা লিখাটো বিচাৰে সেয়া বাছনি কৰক" "যদি আপুনি পঢ়াৰ এক্সেছ দিয়ে, এই এপ্‌টোৱে নতুন ডেটা আৰু যোৱা ৩০ দিনৰ ডেটা পঢ়িব পাৰে" "%1$sক Health Connect এক্সেছ কৰাৰ অনুমতি দিবনে?" "%1$sএ আপোনাৰ ডেটা কেনেকৈ পৰিচালনা কেনেকৈ কৰে সেয়া আপুনি বিকাশকৰ্তাৰ %2$sত জানিব পাৰে" "গোপনীয়তা নীতি" "আটাইবোৰ অনুমতি আঁতৰাবনে?" "আটাইবোৰ আঁতৰাওক" "%1$sএ Health Connectৰ কোনো ডেটা আৰু পঢ়িব অথবা লিখিব নোৱাৰিব।\n\nএইটোৱে এই এপ্‌টোৰ ওচৰত থাকিব পৰা অৱস্থান, কেমেৰা অথবা মাইক্ৰ’ফ’নৰ দৰে অন্য অনুমতিসমূহত প্ৰভাৱ নেপেলায়।" "Health Connectৰ পৰা %1$sৰ ডেটাও মচক" "পৰৱৰ্তী দিন" "বাছনি কৰা দিন" "পূৰ্বৱৰ্তী দিন" "কিবা ভুল হ’ল। অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক।" "এই অনুমতিটো লাভ কৰা এপে আপোনাৰ স্বাস্থ্য আৰু শৰীৰচৰ্চাৰ ডেটা পঢ়িব আৰু লিখিব পাৰে" "Health Connectত ষ্ট’ৰ হৈ থকা ডেটা কোনবোৰ এপে এক্সেছ কৰিব পাৰে সেয়া নিয়ন্ত্ৰণ কৰক। কোনো এটা এপে পঢ়িব অথবা লিখিব পৰা ডেটাখিনি পৰ্যালোচনা কৰিবলৈ সেই এপ্‌টোত টিপক।" "অনুমতি দিয়া এক্সেছ" "অনুমতি নিদিয়া এক্সেছ" "ছেটিং আৰু সহায়" "আটাইবোৰ এপৰ বাবে এক্সেছ আঁতৰাওক" "পঢ়িবলৈ অনুমতি দিছে" "লিখিবলৈ অনুমতি দিছে" "কোনো এপক অনুমতি দিয়া হোৱা নাই" "কোনো এপ্‌ প্ৰত্যাখ্যান কৰা হোৱা নাই" "আটাইবোৰ এপৰ বাবে এক্সেছ আঁতৰাবনে?" "আপোনাৰ কোনো এপে Health Connectৰ কোনো ডেটা এক্সেছ কৰিব নোৱাৰিব অথবা তাত নতুন ডেটা যোগ দিব নোৱাৰিব। ই ইতিমধ্যে থকা কোনো ডেটা নমচে।\n\nএইটোৱে এই এপ্‌টোৰ ওচৰত থাকিব পৰা অৱস্থান, কেমেৰা অথবা মাইক্ৰ’ফ’নৰ দৰে অন্য অনুমতিসমূহত প্ৰভাৱ নেপেলায়।" "আটাইবোৰ আঁতৰাওক" "এপ্ পৰিচালনা কৰক" "এপৰ ডেটা মচক" "নিষ্ক্ৰিয় এপ্‌সমূহ" "এই এপ্‌সমূহৰ ওচৰত আৰু এক্সেছ নাই, কিন্তু তথাপি Health Connectত এইসমূহৰ ডেটা ষ্ট’ৰ কৰা আছে" "%1$s%2$sৰ পাছত যোগ দিয়া ডেটা পঢ়িব পাৰে" "এই এপ্‌টোৱে এক্সেছ কৰিব পৰা Androidৰ অন্য অনুমতিসমূহ পৰিচালনা কৰিবলৈ, ছেটিং > এপলৈ যাওক" "আপুনি %1$sৰ সৈতে শ্বেয়াৰ কৰা ডেটাখিনি ইয়াৰ গোপনীয়তাৰ নীতিৰ অধীন হয়" "এই এপ্‌টোৱে এক্সেছ কৰিব পৰা Androidৰ অন্য অনুমতিসমূহ পৰিচালনা কৰিবলৈ ছেটিঙলৈ যাওক, তাৰ পাছত এপত টিপক" "গোপনীয়তাৰ নীতি পঢ়ক" "যোৱা ২৪ ঘণ্টাত এক্সেছ কৰিছে" "এপৰ এক্সেছ" "বৰ্তমান আপোনাৰ ইনষ্টল কৰি থোৱা কোনো সুসংগত এপ্ নাই" "অনুমতি আঁতৰোৱা এপ্‌সমূহ" "Health Connectএ %sৰ অনুমতি আঁতৰাইছে" "Health Connectএ %1$s আৰু %2$sৰ অনুমতি আঁতৰাইছে" "Health Connectএ %1$s, %2$s আৰু %3$sৰ অনুমতি আঁতৰাইছে" "Health Connectএ %1$s, %2$s, %3$s আৰু অন্য এপৰ অনুমতি আঁতৰাইছে" "সবিশেষ চাওক" "Health Connectএ কিয় এপৰ অনুমতি আঁতৰায়" "যদি কোনো এপ্‌ Google Playৰ পৰা নিলম্বন কৰা অথবা আঁতৰোৱা হয়, তেন্তে Health Connectএ স্বয়ংক্ৰিয়ভাৱে ইয়াৰ অনুমতিসমূহ আঁতৰাই পেলায়।\n\nইয়াৰ অৰ্থ হৈছে এপ্‌টোৱে আৰু Health Connectত ষ্ট’ৰ কৰা ডেটা এক্সেছ কৰিব নোৱাৰে। যদি এই এপ্‌টোত পূৰ্বতে ছেভ কৰা ডেটা আছে, তেন্তে সেয়া নিষ্ক্ৰিয় এপৰ সূচীত দেখুওৱা হয়।" "বুজি পালোঁ" "Health Connectৰ জৰিয়তে আৰম্ভ কৰক" "Health Connectএ আপোনাৰ স্বাস্থ্য আৰু শৰীৰচৰ্চা সম্পৰ্কীয় ডেটা ষ্ট’ৰ কৰি আপোনাক আপোনাৰ ফ’নত থকা বিভিন্ন এপ্‌সমূহ ছিংক কৰাৰ সহজ উপায় প্ৰদান কৰে" "আপোনাৰ এপ্‌সমূহৰ সৈতে ডেটা শ্বেয়াৰ কৰক" "প্ৰতিটো এপে Health Connectত কি ডেটা পঢ়িব অথবা লিখিব পাৰিব সেয়া বাছনি কৰক" "আপোনাৰ ছেটিং আৰু গোপনীয়তা পৰিচালনা কৰক" "যিকোনো সময়তে এপৰ অনুমতি সলনি কৰক আৰু আপোনাৰ ডেটা পৰিচালনা কৰক" "উভতি যাওক" "আৰম্ভ কৰক" "ডেটা মচক" "মচিবলৈ তাৰিখ বাছনি কৰক" "পৰৱৰ্তী" "এইটোৱে বাছনি কৰা সময় অৱধিৰ ভিতৰত Health Connectত যোগ দিয়া আটাইবোৰ ডেটা স্থায়ীভাৱে মচে" "এইটোৱে বাছনি কৰা সময় অৱধিৰ ভিতৰত Health Connectত যোগ দিয়া %sৰ ডেটা স্থায়ীভাৱে মচে" "এইটোৱে বাছনি কৰা সময় অৱধিৰ ভিতৰত Health Connectত যোগ দিয়া %sৰ ডেটা স্থায়ীভাৱে মচে" "এইটোৱে বাছনি কৰা সময় অৱধিৰ ভিতৰত Health Connectত যোগ দিয়া %sৰ ডেটা স্থায়ীভাৱে মচে" "যোৱা ২৪ ঘণ্টাৰ মচক" "যোৱা ৭ দিনৰ মচক" "যোৱা ৩০ দিনৰ মচক" "আটাইবোৰ ডেটা মচক" "সকলো সময়ৰ আটাইবোৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ২৪ ঘণ্টাৰ আটাইবোৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৭ দিনৰ আটাইবোৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৩০ দিনৰ আটাইবোৰ ডেটা স্থায়ীভাৱে মচিবনে?" "সকলো সময়ৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ২৪ ঘণ্টাৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৭ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৩০ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "সকলো সময়ৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ২৪ ঘণ্টাৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৭ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৩০ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "সকলো সময়ৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ২৪ ঘণ্টাৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৭ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "যোৱা ৩০ দিনৰ %sৰ ডেটা স্থায়ীভাৱে মচিবনে?" "Health Connectৰ পৰা আটাইবোৰ %sৰ অনুমতিও আঁতৰাওক" "%2$sএ যোগ দিয়া আটাইবোৰ %1$s ডেটা স্থায়ীভাৱে মচিবনে?" "এই প্ৰৱিষ্টিটো স্থায়ীভাৱে মচিবনে?" "সংযুক্ত এপ্‌সমূহে আৰু Health Connectৰ পৰা এই ডেটা এক্সেছ কৰিব নোৱাৰিব" "এইটোৱে %1$sৰ পৰা %2$sলৈ আটাইবোৰ ঋতুস্ৰাৱৰ ডেটা মচিব।" "মচক" "উভতি যাওক" "কৰা হ’ল" "বন্ধ কৰক" "ডেটা মচা হ’ল" "এই ডেটা Health Connectত আৰু ষ্ট’ৰ কৰা নহয়।" "আপোনাৰ ডেটা মচি থকা হৈছে" "ডেটা মচিব পৰা নগ’ল" "কিবা ভুল হ’ল আৰু Health Connectএ আপোনাৰ ডেটা মচিব নোৱাৰিলে" "পুনৰ চেষ্টা কৰক" "Health Connectৰ ডেটা মচি থকা হৈছে" "Health Connectৰ ডেটা মচি থকা হৈছে" "ডেটা মচা" "ডেটা এণ্ট্ৰী মচক" "প্ৰৱিষ্টি মচক" "মুঠ: %s টা" "{value,plural, =1{১ ৱাট}one{# ৱাট}other{# ৱাট}}" "{value,plural, =1{১ ৱাট}one{# ৱাট}other{# ৱাট}}" "{count,plural, =1{১ খোজ}one{# খোজ}other{# খোজ}}" "{value,plural, =1{১ খোজ/মিনিট}one{# খোজ/মিনিট}other{# খোজ/মিনিট}}" "{value,plural, =1{প্ৰতি মিনিটত ১ খোজ}one{প্ৰতি মিনিটত # খোজ}other{প্ৰতি মিনিটত # খোজ}}" "{count,plural, =1{১ বিপিএম}one{# বিপিএম}other{# বিপিএম}}" "{count,plural, =1{প্ৰতি মিনিটত ১ টা স্পন্দন}one{প্ৰতি মিনিটত # টা স্পন্দন}other{প্ৰতি মিনিটত # টা স্পন্দন}}" "{value,plural, =1{১ মাপ্ৰঘ}one{# মাপ্ৰঘ}other{# মাপ্ৰঘ}}" "{value,plural, =1{১ কি.মি./ঘ.}one{# কি.মি./ঘ.}other{# কি.মি./ঘ.}}" "{value,plural, =1{প্ৰতি ঘণ্টাত ১ মাইল}one{প্ৰতি ঘণ্টাত # মাইল}other{প্ৰতি ঘণ্টাত # মাইল}}" "{value,plural, =1{প্ৰতি ঘণ্টাত ১ কিল’মিটাৰ}one{প্ৰতি ঘণ্টাত # কিল’মিটাৰ}other{প্ৰতি ঘণ্টাত # কিল’মিটাৰ}}" "%1$sৰ পৰা %2$sলৈ" "%1$sৰ পৰা %2$sলৈ" "{count,plural, =1{১ বাৰ হুইলচ্চেয়াৰ ঠেলা}one{# বাৰ হুইলচ্চেয়াৰ ঠেলা}other{# বাৰ হুইলচ্চেয়াৰ ঠেলা}}" "{count,plural, =1{১ লিটাৰ}one{# লিটাৰ}other{# লিটাৰ}}" "{count,plural, =1{১ লিটাৰ}one{# লিটাৰ}other{# লিটাৰ}}" "{count,plural, =1{১ মহলা}one{# মহলা}other{# মহলা}}" "{count,plural, =1{১ মিটাৰ}one{# মিটাৰ}other{# মিটাৰ}}" "{count,plural, =1{১ মিটাৰ}one{# মিটাৰ}other{# মিটাৰ}}" "{count,plural, =1{১ rpm}one{# rpm}other{# rpm}}" "{count,plural, =1{প্ৰতি মিনিটত ১ টা আৱৰ্তন}one{প্ৰতি মিনিটত # টা আৱৰ্তন}other{প্ৰতি মিনিটত # টা আৱৰ্তন}}" "%1$sৰ পৰা %2$sলৈ" "সুৰক্ষিত" "অসুৰক্ষিত" "ৰক্তস্ৰাৱ" "ৰক্তস্ৰাৱ" "মৃদু প্ৰবাহ" "মধ্যমীয়া প্ৰবাহ" "বেছি প্ৰবাহ" "ঋতুস্ৰাৱ হোৱাৰ %2$d দিনৰ %1$dতম দিন" "ইতিবাচক" "নেতিবাচক" "উচ্চ" "অমীমাংসিত" "{count,plural, =1{১ মিলিছেকেণ্ড}one{# মিলিছেকেণ্ড}other{# মিলিছেকেণ্ড}}" "{count,plural, =1{১ মিলিছেকেণ্ড}one{# মিলিছেকেণ্ড}other{# মিলিছেকেণ্ড}}" "{count,plural, =1{১ বাৰ পুনৰাবৃত্তি}one{# বাৰ পুনৰাবৃত্তি}other{# বাৰ পুনৰাবৃত্তি}}" "{count,plural, =1{১ বাৰ পুনৰাবৃত্তি}one{# বাৰ পুনৰাবৃত্তি}other{# বাৰ পুনৰাবৃত্তি}}" "ব্যায়ামৰ বিভিন্ন ভাগ" "লেপ" "বেক এক্সটেনশ্বন" "বেডমিণ্টন" "বাৰবেল শ্ব’ল্ডাৰ প্ৰেছ" "বে’ছবল" "বাস্কেটবল" "বেঞ্চ প্ৰেছ" "বেঞ্চ ছিট আপ" "বাইকিং" "বাইকিং ষ্টেচনাৰী" "বুট কেম্প" "বক্সিং" "বাৰপী" "কেলিস্থেনিক্স" "ক্ৰিকেট" "ক্ৰাঞ্চ" "নৃত্য" "ডেডলিফ্ট" "বাওঁ বাহুৰ ডাম্বেল কাৰ্ল" "সোঁ বাহুৰ ডাম্বেল কাৰ্ল" "ডাম্বেল সন্মুখৰফাললৈ দঙা" "ডাম্বেল পিছফাললৈ দঙা" "বাওঁ বাহুৰ ডাম্বেল ট্ৰাইচেপ এক্সটেনশ্বন" "সোঁ বাহুৰ ডাম্বেল ট্ৰাইচেপ এক্সটেনশ্বন" "দুয়োটা বাহুৰ ডাম্বেল ট্ৰাইচেপ এক্সটেনশ্বন" "এলিপ্টিকেল" "ব্যায়ামৰ শ্ৰেণী" "ফেঞ্চিং" "আমেৰিকান ফুটবল" "অষ্ট্ৰেলিয়ান ফুটবল" "ফৰৱাৰ্ড টুইষ্ট" "ফ্ৰিছবী" "গল্ফ" "নিয়ন্ত্ৰিত শ্বাস-প্ৰশ্বাস" "জিমনাষ্টিক্স" "হেণ্ডবল" "অতি তীব্ৰতাৰ বিৰতিযুক্ত প্ৰশিক্ষণ" "হাইকিং" "আইচ হকী" "আইচ স্কে’টিং" "জাম্পিং জেক" "জাম্প ৰ’প" "লাট পুলডাউন" "লাঞ্জ" "সমৰ কলা" "ধ্যান" "পেডলিং" "পেৰাগ্লাইডিং" "পিলাটিজ" "প্লেংক" "ৰেকেটবল" "ৰক ক্লাইম্বিং" "ৰ’লাৰ হকী" "ৰ’ৱিং" "ৰ’ৱিং মেচিন" "ৰাগবী" "দৌৰা" "ট্ৰেডমিলত দৌৰা" "নৌকা চালন" "স্কুবা ডাইভিং" "স্কে’টিং" "স্কিইং" "স্ন’ব’ৰ্ডিং" "স্ন’শ্বুইং" "ফুটবল" "ছফ্টবল" "স্কোৱাশ্ব" "স্কোৱাট" "চিৰি বগোৱা" "চিৰি বগোৱা মেচিন" "শক্তি প্ৰশিক্ষণ" "ষ্ট্ৰেচ্চিং" "ছাৰ্ফিং" "মুকলি পানীত সাঁতোৰা" "পুখুৰীত সাঁতোৰা" "ফ্ৰীষ্টাইল" "চিলনী-সাঁতোৰ" "ব্ৰেষ্টষ্ট্ৰ’ক" "বাটাৰফ্লাই" "মিশ্ৰিত" "অন্য" "টেবুল টেনিছ" "টেনিছ" "আপাৰ টুইষ্ট" "ভলীবল" "খোজকঢ়া" "ৱাটাৰ প’ল’" "ভাৰোত্তোলন" "হুইলচ্চেয়াৰ" "ব্যায়াম" "যোগাসন" "বাহুৰ কাৰ্ল" "বল শ্লেম" "দুয়োটা বাহুৰ ট্ৰাইচেপ এক্সটেনশ্বন" "ডাম্বেল ৰ’" "সন্মুখলৈ দঙা" "হিপ থ্ৰাষ্ট" "হোলা হুপ" "কে’টলবেল ছুইং" "পাৰ্শ্বীয়ভাৱে দঙা" "ভৰিৰ কাৰ্ল" "ভৰিৰ এক্সটেনশ্বন" "ভৰি প্ৰেছ কৰা" "ভৰি দঙা" "পৰ্বতাৰোহন" "পুল আপ" "পাঞ্চ" "কান্ধ প্ৰেছ কৰা" "এটা বাহুৰ ট্ৰাইচেপ এক্সটেনশ্বন" "ছিট-আপ" "বিশ্ৰাম" "পজ কৰক" "অষ্ট্ৰেলিয়ান ফুটবল" " %1$sৰ টোপনি" "%1$s %2$s⁠" "জাগ্ৰত" "বিচনাত শুই থাকিলেও টোপনি নহা" "নিদ্ৰাৰত" "বিছনাত নাই" "চিল্‌মিলীয়া টোপনি" "পাতল টোপনি" "গভীৰ টোপনি" "অজ্ঞাত" "%1$s মি" "%1$s%2$s মি" "%1$s ঘ" "%1$s %2$s⁠" "{count,plural, =1{১ ঘণ্টা}one{# ঘণ্টা}other{# ঘণ্টা}}" "{count,plural, =1{১ মিনিট}one{# মিনিট}other{# মিনিট}}" "%1$s দিন আৰু %2$s ঘণ্টা" "{count,plural, =1{১ দিন}one{# দিন}other{# দিন}}" "{value,plural, =1{১ মিলি/(কেজি মিনিট)}one{# মিলি/(কেজি মিনিট)}other{# মিলি/(কেজি মিনিট)}}" "{value,plural, =1{প্ৰতি মিনিটত প্ৰতি কিল’গ্ৰাম বডী মাছত ১ মিলিলিটাৰ অক্সিজেন}one{প্ৰতি মিনিটত প্ৰতি কিল’গ্ৰাম বডী মাছত # মিলিলিটাৰ অক্সিজেন}other{প্ৰতি মিনিটত প্ৰতি কিল’গ্ৰাম বডী মাছত # মিলিলিটাৰ অক্সিজেন}}" "বিপাক প্ৰক্ৰিয়াৰ কাৰ্ট" "হৃদস্পন্দনৰ হাৰৰ অনুপাত" "ক’পাৰ পৰীক্ষা" "একাধিক পৰ্যায়ৰ ফিটনেছ পৰীক্ষা" "ৰকপৰ্ট ফিটনেছ পৰীক্ষা" "অন্য" "শুষ্ক" "আঠা থকা" "ক্ৰীম সদৃশ" "পনীয়া" "কণীৰ বগা অংশ" "অস্বাভাৱিক" "পাতল" "মধ্যমীয়া" "বেছি" "%1$s%2$s এমএমএইচ্চজি" "%1$s/%2$s মিলিমিটাৰ পাৰা" "থিয় হৈ থকা" "বহি থকা" "বিছনাত পৰি থকা" "আঁউজি থকা" "বাওঁ মণিবন্ধ" "সোঁ মণিবন্ধ" "বাঁও উৰ্দ্ধ বাহু" "সোঁ উৰ্দ্ধ বাহু" "{count,plural, =1{১ মিম’ল/লি}one{# মিম’ল/লি}other{# মিম’ল/লি}}" "{count,plural, =1{প্ৰতি লিটাৰত ১ মিলিম’ল}one{প্ৰতি লিটাৰত # মিলিম’ল}other{প্ৰতি লিটাৰত # মিলিম’ল}}" "অভ্যন্তৰীণ তৰল" "কৈশিক ৰক্ত" "প্লাজ্‌মা" "ছিৰাম" "চকুপানী" "সম্পূৰ্ণ ৰক্ত" "সাধাৰণ" "উপবাস" "আহাৰ গ্ৰহণৰ আগত" "আহাৰ গ্ৰহণৰ পাছত" "আহাৰৰ প্ৰকাৰ" "অজ্ঞাত" "পুৱাৰ আহাৰ" "দুপৰীয়াৰ আহাৰ" "নিশাৰ আহাৰ" "জলপান" "বায়’টিন" "কেফেইন" "কেলচিয়াম" "ক্ল’ৰাইড" "কলেষ্টেৰ’ল" "ক্ৰমিয়াম" "তাম" "উদ্ভিদজাতীয় খাদ্যৰ হজম কৰিব নোৱৰা অংশ" "শক্তি" "চৰ্বিৰ পৰা পোৱা শক্তি" "ফ’লেট" "ফলিক এচিড" "আয়’ডিন" "আইৰন" "মেগ্‌নেছিয়াম" "মেংগানিজ" "ম’লিব্‌ডেনাম" "ম’ন’আনছেটুৰে’টেড ফেট" "নিয়াচিন" "পেন্‌ট’থেনিক এচিড" "ফছ্‌ফৰাছ্‌" "পলিআনছেটুৰে’টেড ফেট" "পটাছিয়াম" "প্ৰ’টিন" "ৰাইব’ফ্লেভিন" "সংপৃক্ত চৰ্বি" "ছেলেনিয়াম" "ছ’ডিয়াম" "শৰ্কৰা" "থায়ে’মিন" "মুঠ কাৰ্ব’হাইড্ৰেড" "মুঠ চৰ্বি" "ট্ৰেন্স ফেট" "অসংপৃক্ত চৰ্বি" "ভিটামিন A" "ভিটামিন B12" "ভিটামিন B6" "ভিটামিন C" "ভিটামিন D" "ভিটামিন E" "ভিটামিন K" "দস্তা" "%1$s: %2$s" "নাম" "{count,plural, =1{১ গ্ৰাম}one{# গ্ৰাম}other{# গ্ৰাম}}" "{count,plural, =1{১ গ্ৰাম}one{# গ্ৰাম}other{# গ্ৰাম}}" "{count,plural, =1{১ rpm}one{# rpm}other{# rpm}}" "{count,plural, =1{প্ৰতি মিনিটত ১ বাৰ শ্বাস-প্ৰশ্বাস}one{প্ৰতি মিনিটত # বাৰ শ্বাস-প্ৰশ্বাস}other{প্ৰতি মিনিটত # বাৰ শ্বাস-প্ৰশ্বাস}}" "{count,plural, =1{১ কেজি}one{# কেজি}other{# কেজি}}" "{count,plural, =1{১ পাউণ্ড}one{# পাউণ্ড}other{# পাউণ্ড}}" "{count,plural, =1{১ ষ্ট’ন}one{# ষ্ট’ন}other{# ষ্ট’ন}}" "{stone_part} {pound_part}" "{count,plural, =1{১ কিলোগ্ৰাম}one{# কিলোগ্ৰাম}other{# কিলোগ্ৰাম}}" "{count,plural, =1{১ পাউণ্ড}one{# পাউণ্ড}other{# পাউণ্ড}}" "{count,plural, =1{১ ষ্ট’ন}one{# ষ্ট’ন}other{# ষ্ট’ন}}" "{stone_part} {pound_part}" "{value,plural, =1{১ ℃}one{# ℃}other{# ℃}}" "{value,plural, =1{১ ডিগ্ৰী চেলছিয়াছ}one{# ডিগ্ৰী চেলছিয়াছ}other{# ডিগ্ৰী চেলছিয়াছ}}" "{value,plural, =1{১ কে}one{# কে}other{# কে}}" "{value,plural, =1{১ কেলভিন}one{# কেলভিন}other{# কেলভিন}}" "{value,plural, =1{১ ℉}one{# ℉}other{# ℉}}" "{value,plural, =1{১ ডিগ্ৰী ফাৰেনহাইট}one{# ডিগ্ৰী ফাৰেনহাইট}other{# ডিগ্ৰী ফাৰেনহাইট}}" "কাষলতি" "আঙুলি" "কপাল" "মুখ" "মলনালী" "টেম্প’ৰেল ধমনী" "ভৰিৰ আঙুলি" "কাণ" "মণিবন্ধ" "যোনি" "{dist,plural, =1{১ মাইল}one{# মাইল}other{# মাইল}}" "{dist,plural, =1{১ কি.মি.}one{# কি.মি.}other{# কি.মি.}}" "{dist,plural, =1{১ মাইল}one{# মাইল}other{# মাইল}}" "{dist,plural, =1{১ কিল’মিটাৰ}one{# কিল’মিটাৰ}other{# কিল’মিটাৰ}}" "{height,plural, =1{১ ছে.মি.}one{# ছে.মি.}other{# ছে.মি.}}" "{height,plural, =1{১ ছেণ্টিমিটাৰ}one{# ছেণ্টিমিটাৰ}other{# ছেণ্টিমিটাৰ}}" "{height,plural, =1{১ ইঞ্চি}one{# ইঞ্চি}other{# ইঞ্চি}}" "{height,plural, =1{১ ফুট}one{# ফুট}other{# ফুট}}" "{height,plural, =1{১″}one{#″}other{#″}}" "{height,plural, =1{১′}one{#′}other{#′}}" "%1$s%2$s" "%1$s %2$s" "{count,plural, =1{১ কেল’ৰি}one{# কেল’ৰি}other{# কেল’ৰি}}" "{count,plural, =1{১ কেল’ৰি}one{# কেল’ৰি}other{# কেল’ৰি}}" "{count,plural, =1{১ কিল’জুল}one{# কিল’জুল}other{# কিল’জুল}}" "{count,plural, =1{১ কিল’জুল}one{# কিল’জুল}other{# কিল’জুল}}" "{value,plural, =1{১%}one{#%}other{#%}}" "{value,plural, =1{১ শতাংশ}one{# শতাংশ}other{# শতাংশ}}" "বাতিল কৰক" "একক" "ডেটাৰ একক ছেট কৰক" "দূৰত্ব" "উচ্চতা" "ওজন" "শক্তি" "উষ্ণতা" "কিলোমিটাৰ" "মাইল" "ছেণ্টিমিটাৰ" "ফুট & ইঞ্চি" "পাউণ্ড" "কিলোগ্ৰাম" "ষ্ট’ন" "কেল’ৰি" "কিলোজুল" "চেলছিয়াছ" "ফাৰেনহাইট" "কেলভিন" "সহায় আৰু মতামত" "আপুনি যদি ইনষ্টল হৈ থকা কোনো এপ্‌ দেখা পোৱা নাই, সেইটো হয়তো এতিয়ালৈকে Health Connectৰ সৈতে সমিল নহ’ব পাৰে" "কৰি চাবলগীয়া কামবোৰ" "আপডে’ট আছে নেকি চাওক" "ইনষ্টল কৰি থোৱা এপ্‌সমূহ আপ টু ডে’ট হৈ থকাটো নিশ্চিত কৰক" "আটাইবোৰ সমিল এপ্‌ চাওক" "Google Playত এপ্ বিচাৰক" "মতামত পঠিয়াওক" "আপুনি Health Connectৰ সৈতে কোনবোৰ স্বাস্থ্য আৰু শৰীৰচৰ্চা এপ্ ব্যৱহাৰ কৰিবলৈ বিচাৰে আমাক জনাওক" "Play Store" "স্বয়ংক্ৰিয়ভাৱে মচা" "স্বয়ংক্ৰিয়ভাৱে মচা" "এক নিৰ্ধাৰিত সময়ৰ পাছত আপোনাৰ ডেটা মচাৰ সময়সূচী নিৰ্ধাৰণ কৰি Health Connectত সেই ডেটা কিমান দিনলৈ ষ্ট’ৰ হৈ থাকে সেয়া নিয়ন্ত্ৰণ কৰক" "স্বয়ংক্ৰিয়ভাৱে মচাৰ বিষয়ে অধিক জানক" "ডেটা স্বয়ংক্ৰিয়ভাৱে মচা" "{count,plural, =1{# মাহৰ পাছত}one{# মাহৰ পাছত}other{# মাহৰ পাছত}}" "কেতিয়াও নহয়" "অফ আছে" "আপুনি এই ছেটিংসমূহ সলনি কৰিলে Health Connectএ আপোনাৰ নতুন অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰিবলৈ ইতিমধ্যে থকা ডেটা মচে" "{count,plural, =1{# মাহৰ পাছত ডেটা স্বয়ংক্ৰিয়ভাৱে মচিবনে?}one{# মাহৰ পাছত ডেটা স্বয়ংক্ৰিয়ভাৱে মচিবনে?}other{# মাহৰ পাছত ডেটা স্বয়ংক্ৰিয়ভাৱে মচিবনে?}}" "{count,plural, =1{# মাহৰ পাছত Health Connectএ নতুন ডেটা স্বয়ংক্ৰিয়ভাৱে মচিব। এইটো ছেট কৰিলে ইতিমধ্যে থকা # মাহতকৈ পুৰণি ডেটাও মচা যাব।}one{# মাহৰ পাছত Health Connectএ নতুন ডেটা স্বয়ংক্ৰিয়ভাৱে মচিব। এইটো ছেট কৰিলে ইতিমধ্যে থকা # মাহতকৈ পুৰণি ডেটাও মচা যাব।}other{# মাহৰ পাছত Health Connectএ নতুন ডেটা স্বয়ংক্ৰিয়ভাৱে মচিব। এইটো ছেট কৰিলে ইতিমধ্যে থকা # মাহতকৈ পুৰণি ডেটাও মচা যাব।}}" "স্বয়ংক্ৰিয়ভাৱে মচা সুবিধাটো ছেট কৰক" "ইতিমধ্যে থকা ডেটা মচা হ’ব" "{count,plural, =1{Health Connectএ # মাহতকৈ পুৰণি আটাইবোৰ ডেটা মচিব। আপোনাৰ সংযুক্ত হৈ থকা এপ্‌সমূহত এই সালসলনিসমূহ দেখা পাবলৈ এদিন সময় লাগিব পাৰে।}one{Health Connectএ # মাহতকৈ পুৰণি আটাইবোৰ ডেটা মচিব। আপোনাৰ সংযুক্ত হৈ থকা এপ্‌সমূহত এই সালসলনিসমূহ দেখা পাবলৈ এদিন সময় লাগিব পাৰে।}other{Health Connectএ # মাহতকৈ পুৰণি আটাইবোৰ ডেটা মচিব। আপোনাৰ সংযুক্ত হৈ থকা এপ্‌সমূহত এই সালসলনিসমূহ দেখা পাবলৈ এদিন সময় লাগিব পাৰে।}}" "এইসমূহৰ পৰা মচিবলগীয়া ডেটা" "কৰা হ’ল" "এপৰ অগ্ৰাধিকাৰ ছেট কৰক" "যদি এটাতকৈ অধিক এপে %s ডেটা যোগ দিয়ে, তেন্তে Health Connectএ এই সূচীখনৰ একেবাৰে ওপৰত থকা এপ্‌টোক অগ্ৰাধিকাৰ দিয়ে। এপ্‌সমূহৰ ক্ৰম সলনি কৰিবলৈ সেইবোৰ টানি আনি এৰক।" "ছেভ কৰক" "ওপৰলৈ নিয়ক" "তললৈ নিয়ক" "একেবাৰে ওপৰলৈ নিয়ক" "একেবাৰে তললৈ নিয়ক" "ফিটনেছ, সুস্থতা" "অনুমতি" "Health Connect, স্বাস্থ্য সম্পৰ্কীয় ডেটা, স্বাস্থ্যৰ শিতান, ডেটাৰ এক্সেছ, কাৰ্যকলাপ, শৰীৰৰ জোখ-মাখ, ঋতুচক্ৰ ট্ৰেক কৰা, পৰিপুষ্টি, টোপনি, ভাইটেল" "Health Connect > এপৰ অনুমতি" "Health Connect > ডেটা আৰু এক্সেছ" "এপ্‌ সন্ধান কৰক" "কোনো ফলাফল নাই" "সহায়" "%1$sক Health Connectত ব্যায়ামৰ বাবে এই পথটো এক্সেছ কৰাৰ অনুমতি দিবনে?" "এই এপ্‌টোৱে পথটোত আপোনাৰ অতীতৰ অৱস্থান পঢ়িব পাৰিব" "%1$s%2$s" "ব্যায়ামৰ পথত অৱস্থানৰ তথ্য অন্তৰ্ভুক্ত হয়" "এই ডেটাখিনি কোনে চাব পাৰে?" "কেৱল আপুনি আপোনাৰ ব্যায়ামৰ পথসমূহ এক্সেছ কৰিবলৈ অনুমতি দিয়া এপ্" "মই এক্সেছ কেনেকৈ পৰিচালনা কৰিব পাৰোঁ?" "আপুনি Health Connectৰ ছেটিঙত ব্যায়ামৰ পথসমূহৰ বাবে এপৰ এক্সেছ পৰিচালনা কৰিব পাৰে" "উভতি যাওক" "ল’ড হৈ আছে…" "একত্ৰিত কৰি থকা হৈছে" "Health Connectক Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকা হৈছে।\n\nআপোনাৰ ডেটা আৰু অনুমতিসমূহ স্থানান্তৰণ কৰিবলৈ কিছু সময় লাগিব পাৰে।" "প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা বুলি কোনো জাননী নোপোৱালৈকে এপ্‌টো বন্ধ নকৰিব।" "Health Connect একত্ৰিত কৰি থকা হৈছে" "আপডে’টৰ প্ৰয়োজন" "Health Connectক Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকা হৈছে গতিকে আপুনি নিজৰ ছেটিঙৰ পৰা এইটো পোনপটীয়াকৈ এক্সেছ কৰিব পাৰে।" "আপডে’ট কৰক" "এই আপডে’টটো আৰম্ভ কৰক যাতে Health Connectএ আপোনাৰ ছিষ্টেমৰ সৈতে একত্ৰিত কৰাটো অব্যাহত ৰাখিব পাৰে" "এতিয়াই আপডে’ট কৰক" "ছিষ্টেম আপডে’টৰ প্ৰয়োজন" "অব্যাহত ৰখাৰ পূৰ্বে, আপোনাৰ ফ’নৰ ছিষ্টেমটো আপডে’ট কৰক।" "যদি আপুনি আপোনাৰ ফ’নৰ ছিষ্টেমটো ইতিমধ্যে আপডে’ট কৰিছে, একত্ৰিত কৰাটো অব্যাহত ৰাখিবলৈ আপোনাৰ ফ’নটো ৰিষ্টাৰ্ট কৰি চাওক" "Health Connect আপডে’ট কৰাৰ আৱশ্যক" "অব্যাহত ৰখাৰ পূৰ্বে, Health Connect এপ্‌টোক তাৰ শেহতীয়া সংস্কৰণটোলৈ আপডে’ট কৰক।" "অধিক ঠাইৰ আৱশ্যক" "Health Connectক একত্ৰিত কৰাটো অব্যাহত ৰাখিবলৈ আপোনাৰ ফ’নত %1$s ষ্ট’ৰেজৰ খালী ঠাই লাগে।\n\nআপোনাৰ ফ’নত কিছু ঠাই খালী কৰি পুনৰ চেষ্টা কৰক।" "পুনৰ চেষ্টা কৰক" "ঠাই খালী কৰক" "অধিক ঠাইৰ আৱশ্যক" "Health Connectক একত্ৰিত কৰাটো অব্যাহত ৰাখিবলৈ আপোনাৰ ফ’নত %1$s ষ্ট’ৰেজৰ খালী ঠাই লাগে।" "একত্ৰিত কৰাটো পজ কৰা হৈছে" "Health Connect এপ্‌টো এটা Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকাৰ সময়ত বন্ধ হৈছে\n\nএপ্‌টো পুনৰ খুলিবলৈ পুনৰ আৰম্ভ কৰিবলৈ আৰু আপোনাৰ ডেটা আৰু অনুমতিসমূহ স্থানান্তৰণ কৰাটো অব্যাহত ৰাখক।" "আপোনাৰ Health Connect ডেটা ৰাখিবলৈ, এইটো %1$sৰ ভিতৰত সম্পূৰ্ণ কৰক" "পুনৰ আৰম্ভ কৰক" "একত্ৰিত কৰাটো পজ কৰা হৈছে" "Health Connectক Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকা হৈছে। অব্যাহত ৰাখিবলৈ টিপক" "একত্ৰিত কৰাটো পুনৰ আৰম্ভ কৰক" "Android ছিষ্টেমটোৰ সৈতে Health Connect একত্ৰিত কৰাটো অব্যাহত ৰাখিবলৈ টিপক। আপোনাৰ ডেটা ৰাখিবলৈ, এইটো %1$sৰ ভিতৰত সম্পূৰ্ণ কৰক" "Android ছিষ্টেমটোৰ সৈতে Health Connect একত্ৰিত কৰাটো অব্যাহত ৰাখিবলৈ টিপক।" "অব্যাহত ৰাখক" "Health Connect একত্ৰিত কৰাটো পুনৰ আৰম্ভ কৰক" "আপোনাৰ ডেটা ৰাখিবলৈ, এইটো %1$sৰ ভিতৰত সম্পূৰ্ণ কৰক" "এপ্‌টো আপডে’ট কৰাৰ প্ৰয়োজন" "Health Connectৰ জৰিয়তে কাম কৰি থাকিবলৈ %1$s আপ টু ডে’ট হৈ থাকিব লাগিব" "Health Connectৰ জৰিয়তে কাম কৰি থাকিবলৈ কিছুমান এপ্ আপ টু ডে’ট হৈ থাকিব লাগিব" "আপডে’ট আছে নেকি চাওক" "Health Connect একত্ৰিত কৰা" "আপোনাৰ Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰিবলৈ Health Connect সাজু। যদি আপুনি এতিয়া %1$sক এক্সেছ দিয়ে, একত্ৰিত কৰাটো সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কিছুমান সুবিধাই কাম নকৰিব পাৰে।" "আপোনাৰ Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰিবলৈ Health Connect সাজু। যদি আপুনি এতিয়া এপ্‌সমূহক এক্সেছ দিয়ে, একত্ৰিত কৰাটো সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কিছুমান সুবিধাই কাম নকৰিব পাৰে।" "অব্যাহত ৰাখক" "একত্ৰিত কৰাটো আৰম্ভ কৰক" "Health Connect একত্ৰিত কৰি থকা হৈছে" "Health Connectক Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকা হৈছে।\n\nপ্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লে আপুনি জাননী লাভ কৰিব আৰু আপুনি Health Connectৰ সৈতে %1$s ব্যৱহাৰ কৰিব পাৰিব।" "Health Connectক Android ছিষ্টেমৰ সৈতে একত্ৰিত কৰি থকা হৈছে।\n\nপ্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লে আপুনি এটা জাননী লাভ কৰিব আৰু আপুনি Health Connect ব্যৱহাৰ কৰিব পাৰিব।" "বুজি পালোঁ" "Health Connectৰ একত্ৰিত কৰাটো সম্পূৰ্ণ হোৱা নাই" "আপুনি পুনৰ এইটো উপলব্ধ হ’লে জাননী পাব।" "বুজি পালোঁ" "Health Connectৰ একত্ৰিত কৰাটো সম্পূৰ্ণ হোৱা নাই" "অধিক পঢ়ক" "Health Connect একত্ৰিত কৰাটো সম্পূৰ্ণ হৈছে" "খোলক" "নতুন কি আছে" "আপুনি এতিয়া আপোনাৰ ছেটিঙৰ পৰা পোনপটীয়াকৈ Health Connect এক্সেছ কৰিব পাৰে। যিকোনো সময়তে Health Connect এপ্‌টো আনইনষ্টল কৰক।" "বুজি পালোঁ"